Posts

বিকল্প চিকিত্সা পদ্ধতিৰ ডাক্তৰৰ নিয়োগ, উদ্যোগ আধাৰৰ পঞ্জীয়ন থকা লোকক চৰকাৰে আৰ্থিকভাৱে সহায় কৰক

#নমস্কাৰ #গ্ৰহণ #কৰিব | #প্ৰয়াত #গুণাৰাম #খনিকৰদেৱৰ #বনৌষধিলৈ #অৱদান #সৰ্বজনবিদিত , ৰোগীৰ বাবে বনৌষধি /Herbal ৰ প্ৰয়োজনীয়তা কিমান নকৈ কোৱাৰ প্ৰয়োজন নাই, #অসমত বহুত #অভিজ্ঞতা সম্পন্ন ,শিক্ষিত বনৌষধিৰে treatment কৰি ৰোগীক ভাল কৰা কবিৰাজ ( মন্ত্র পঢ়ি মালা পিন্ধিব দিয়া,তাবিজ দিয়া, জ্বৰা-ফুকা কৰাসকলৰ কথা নাই কোৱা), alternative dr.(বিকল্প চিকিত্সক) আছে | তেওঁলোকে গাঁৱৰ অতি ভিতৰৰ ঠাইতো ৰোগীক আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে  সেৱা প্ৰদাণ কৰি আহিছে , সেয়েসে #অসম #চৰকাৰলৈ #আমাৰ #বিনম্ৰ #অনুৰোধ তেওঁলোকক চৰকাৰে প্ৰয়োজনীয় প্ৰশিক্ষণ দি চাহ বাগান বা গাঁৱত নিয়োগ কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰে যেন , লগতে অসমৰ  বনৌষধি /#Herbal, #UAM -#UDYOG #AADHAR #REGD., #Dicc #Govt. #Regd. Msme  industry বিলাকক আৰ্থিক সহায়ৰ বাবে পুঁজি নিৰ্ধাৰণৰ কৰি আঁচনি  গ্ৰহণ কৰে যেন | #sc/#st ৰ লগতে #Obc কো #Msme ত সুবিধা প্ৰদাণ #নমস্কাৰ #গ্ৰহণ #কৰিব | #প্ৰয়াত #গুণাৰাম #খনিকৰদেৱৰ #বনৌষধিলৈ #অৱদান #সৰ্বজনবিদিত , ৰোগীৰ বাবে বনৌষধি /Herbal ৰ প্ৰয়োজনীয়তা কিমান নকৈ কোৱাৰ প্ৰয়োজন নাই, #অসমত বহুত #অভিজ্ঞতা সম্পন্ন ,শিক্ষিত বনৌষধিৰে treatment ক